প্ৰাক্তন জিলা ন্যায়াধীশ দিলীপ কুমাৰ দাসৰ বিয়োগ

গুৱাহাটী মহানগৰীৰ বিশিষ্ট নাগৰিক তথা প্ৰাক্তন জিলা ন্যায়াধীশ দিলীপ কুমাৰ দাসৰ আজি পুৱতি নিশা ৰিহাবাৰীৰ নিজ বাসভৱনত মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা ন্যায়াধীশ দাসৰ বয়স ৭৮ বছৰ হৈছিল।

ৰাজ্যৰ ভিন্ন প্ৰান্তত ন্যায়াধীশৰূপে কৰ্মৰত থকা দিলীপ কুমাৰ দাসৰ বিয়োগত ৰিহাবাৰী এলেকাত শোকৰ ছাঁ পৰিছে। তেওঁ ৰিহাবাৰী উন্নয়ন সমিতিৰ সদস্য আছিল। দুপৰীয়া বহু গুণমুগ্ধৰ উপস্থিতিত নবগ্ৰহ শ্মশানত তেওঁৰ সম্পন্ন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...