আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

  • আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
  • ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ
  • ৩৮ খন আসনৰ বাবে অৱতীৰ্ণ হৈছে ১৭৩ গৰাকী প্ৰাৰ্থী
  • পুৱা ৬ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ
  • সন্ধিয়া ৭ বজালৈ চলিব ভোটগ্ৰহণ
  • প্ৰথম পৰ্যায়ত মণিপুৰত ৫ খন জিলাত হৈছে নিৰ্বাচন
  • পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ, কাংপুকপি, চুৰা চান্দপুৰত ভোটগ্ৰহণ
  • দুটা পৰ্যায়ত মণিপুৰত সম্পন্ন হ’ব ভোটগ্ৰহণ
  • ৫ মাৰ্চত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
  • ১০ মাৰ্চত হ’ব মণিপুৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
  • মণিপুৰ বিধানসভাত আছে মুঠ ৬০ খন আসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...