গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত

গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত। এগৰাকী ৭৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামীৰ দেহতো দেখা গৈছে ভাইৰাছৰ লক্ষণ। পূৰ্বে AMCHত চিনাক্ত হৈছিল অসমৰ প্ৰথমগৰাকী HMPV ৰোগী

Popular

More like this
Related

খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ৰাজ্যিক আলোচনা চক্ৰ আয়োজন

বিগত ২১ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে ডিব্ৰুগড়ৰ জকাই...

UPI, ATMৰ জৰিয়তে তৎক্ষণাত উলিয়াব পাৰিব PFৰ ধন…

হয়, আপুনি ঠিকেই শুনিছে। কৰ্মচাৰী ভবিষ্যনিধি সংস্থা (EPFO)য়ে এক...

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী...

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা। বালুঘাটত তীব্ৰবেগী ট্ৰাকে...