কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লৰ ডবাত লাগিল জুই

ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল দিল্লী-শিলচৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ। সোমবাৰে নিশা কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰেলখনৰ ডবাত লাগিল জুই। শিলচৰৰ পৰা দিল্লীলৈ যোৱাৰ সময়তে সংঘটিত এই অগ্নিকাণ্ড। ৰেলকৰ্মীৰ তত্পৰতাত অৱশেষত নিয়ন্ত্ৰণলৈ আহে জুই। প্ৰায় এক ঘন্টা পলমকৈ চন্দ্ৰনাথপুৰৰ পৰা দিল্লীলৈ ৰাওনা হয় ৰেলখন। ঘটনাক কেন্দ্ৰ কৰি আতংকিত যাত্ৰী, বৰ্তমানলৈ অহা নাই হতাহতিৰ খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...