ইউক্ৰেইনত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত ৰুছৰ আক্ৰমণ!

  • ইউক্ৰেইনত অব্যাহত ৰাছিয়ান সেনাৰ ষ্ট্ৰাইক
  • ইউক্ৰেইনৰ জপোৰিজিয়াস্থিত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ
  • প্লাণ্টটোত সংঘটিত হয় অগ্নিকাণ্ড
  • চহৰখন ঘেৰাও কৰি আক্ৰমণ চলাইছে ৰুছ সেনাই
  • ধাৰাবাহিক গুলী আৰু বোমা বৰ্ষণ ৰুছ সেনাৰ
  • কিয়েভ আৰু খাৰকিভ প্ৰায় ডেৰ লক্ষ ৰাছিয়ান সেনাই ঘেৰি ৰখাৰ দাবী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...