ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী। NSUIৰ ৰাষ্ট্ৰীয় সম্পাদকে মহাৰাষ্ট্ৰত তৰিছে গোচৰ। ৰাষ্ট্ৰীয় সম্পাদক ৰোচন লাল বিট্টুৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। উত্তৰাখণ্ডত ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ। ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধী হয় নে নহয় সেয়া প্ৰমাণ বিচাৰিছো নেকি বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ছাৰ্জিকেল ষ্ট্ৰাইক, ভাৰতত প্ৰস্তুত কৰা ক’ভিড ভেকচিনক লৈ প্ৰশ্ন উত্থাপন কৰা কংগ্ৰেছক সমালোচনা কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰিছিল এই মন্তব্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...