সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা

সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টৰ উদ্যোগত কলিকতাত অনুষ্ঠিত ছাইন‌ এণ্ড তাজ স্পাৰ্কলিং স্কাই শীৰ্ষক এক ফেশ্বন প্ৰতিযোগিতা। মডেলিং, নৃত্য, মেক আপ, ফেন্সী ড্ৰেছ, ৰানৱেই, কেক ডিজাইন, ৰন্ধন, সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মুঠ ৯টাকৈ শিতানত আয়োজন কৰা হয় প্ৰতিযোগিতা সমূহ।

পোন প্ৰথমবাৰলৈ কলিকতাৰ পাৰ্ক ষ্ট্ৰীটৰ ইব্ৰাফেষ্ট বেনকিউটত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। দেশৰ ভিন্নপ্ৰান্তৰ প্ৰায় ৭০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। যুৱক, যুৱতী-মহিলা, শিশু আৰু ট্ৰান্স শাখাত পৃথকে পৃথকে মডেলিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ...

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...