কৃষক বিদ্ৰোহৰ সফল সামৰণি, ঘৰমুৱা কৃষক

কৃষক বিদ্ৰোহৰ সফল সামৰণিৰ পিছত এতিয়া ঘৰমুৱা হৈছে কৃষক। এবছৰতকৈও অধিক কাল ৰ’দে-বৰষুণে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকে সফল কৰিলে তেওঁলোকৰ বিদ্ৰোহ। বহু লাঠীচালনা হ’ল, বহু পানী হিলৈ মৰা হ’ল প্ৰতিবাদী কৃষকলৈ। তথাপিও ৩ কৃষি আইন বাতিলৰ বাবে প্ৰতিবাদত বহি থাকিল কৃষক সমাজ।

কৃষক বিদ্ৰোহৰ নেতৃত্ব দিয়া ৰাকেশ টিকেটে কৃষক বিদ্ৰোহৰ সামৰণি ঘোষণা কৰিছিল বুধবাৰে। ইয়াৰ পিছতে আজিৰে পৰা কৃষকসকলে বাট লৈছে নিজ নিজ গৃহলৈ। দিল্লীৰ সিংঘু সীমান্ত এলেকা খালী কৰিছে আনন্দিত কৃষকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...