এসাঁজ ভাতৰ বাবে কান্দিছে এইখন দেশে, দুৰ্ভিক্ষই কোঙা কৰা এক জীৱন্ত ছবি!

দুৰ্ভিক্ষসদৃশ পৰিস্থিতি যুদ্ধ জৰ্জৰ আফগানিস্তান। ক্ষুধাৰ সন্মুখীন হৈছে দেশখনৰ অৰ্ধসংখ্যক জনতা। ক্ষুধাৰ্ত দেশখনৰ ২০ নিযুত লোক। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ। যুদ্ধ জৰ্জৰ দেশখনত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। তীব্ৰ খাদ্য সংকটত ভুগিছে দেশখন। উল্লেখ্য যে তালিবানৰ শাসনত আছে দেশখন। বিভিন্ন ৰাষ্ট্ৰৰ মানৱীয় সাহায্যৰ অবিহনে অধিক অৱনতি ঘটিব দেশখনৰ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...