আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

গুৱাহাটীত পুনৰ আৰক্ষীৰ গুলীচালনা। চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এগৰাকী মহিলাৰ পৰা চিলনী চোৰে কাঢ়িছিল বেগ। গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকী। হাতীগাঁৱৰ বনফুল নগৰত ঘটিছিল এই ঘটনা। নিশা আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে চলাইছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...