চলি আছিল বনভোজ, কিন্তু হঠাৎ আলহী হৈ আহিল গজৰাজ

চলি আছিল বনভোজ। মাছে-মাংসই এসাজ খাবলৈ সাজু হৈছিল সকলো। ছেলফী তোলাই আকৌ ছেলফী তুলি আছিল নৈসৰ্গিক পৰিৱেশত। কিন্তু তেনেতে ঘটিল এক অনাকাংক্ষিত ঘটনা। পাহাৰৰ পৰা নামি আহিল এটা প্ৰকাণ্ড গজৰাজ। লাগিল হাহাকাৰ, গজৰাজক দেখি পলাবলৈ ল’লে একাংশই। কোনোবাই চিঞৰিলে, ‘পলা ঐ পলা…’। অৱশ্যে একো ক্ষতি নকৰাকৈয়ে আঁতৰি যায় গজৰাজ। অসম-অৰুণাচল সীমান্তৰ দেওমালিত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...