ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি

প্ৰাক্তন DIPR ৰণজিৎ গগৈৰ সম্পত্তি বাজেয়াপ্ত। ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি।
PMLAৰ অধীনত এই ব্যৱস্থা গ্ৰহণ EDৰ। ৰণজিৎ গগৈৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তৰ ভিত্তিত গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।
বৰ্তমানলৈ ৰণজিৎ গগৈৰ বিৰুদ্ধে ১৬.৩৬ কোটি টকাৰ অপব্যৱহাৰৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...