দুৰ্গতিনাশিনীৰ আশিস ল’লে শিল্পীয়ে

পূজা পূজা বলিউড। জয়া বচ্চনৰ পৰা কাজল, ৰাণী মুখাৰ্জীলৈ… দুৰ্গতিনাশিনীৰ আশিস ল’লে শিল্পীয়ে। এখন বিশেষ পূজাস্থলী। সেই পূজা মণ্ডপত ভিৰ বলীউড তাৰকা শিল্পীৰ।

দুৰ্গতিনাশিনীৰ আশিস ল’লে কাজল, ৰাণী মুখাৰ্জীয়ে। পূজাৰ মাজতে জনপ্ৰিয় অভিনেতা, অভিনেত্ৰীৰ ফটো ছেচনো চলি থাকিলে। পুত্ৰক লগত লৈ আহিল অভিনেত্ৰী কাজল।

জুহুৰ সাৰ্বজনীন পূজা মণ্ডপত বলীউডৰ ন–পুৰণি শিল্পীৰ সমাৱেশ।

পূজাস্থীলত উপস্থিত হোৱা বলীউডৰ তাৰকাক লৈ সাধাৰণ লোকৰ মাজত দেখা উৎসুকতাও। তাৰকাৰ সৈতে ফটো উঠাৰ বাবে হেতা–ওপৰা লাগিল। ৰণবীৰ কাপুৰক ঘেৰি ধৰিলে অনুৰাগীয়ে।

পূজাস্থলীত দেখা গ’ল আদা শৰ্মা, ছেৰলিন চোপ্ৰা, তানিষা মুখাৰ্জী, উৰ্বশী ৰউতেলাক। সাংসদ অভিনেত্ৰী জয়া বচ্চনো আহিল দেবী দুৰ্গাৰ আশিস ল’বলৈ। সৰু পৰ্দাৰ জনপ্ৰিয় মুখ সোভনা চৌধুৰী, ৱাটছল শেঠসহ আন বহু অভিনেতা–অভিনেত্ৰীৰ ভিৰ হ’ল পূজাস্থলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...