বজাব নোৱাৰিব ৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ

জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ। আগন্তুক হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা উপযুক্তই ১৪ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৭ বজাৰ পাছত ৪০ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। সংবিধানৰ ১৪৪ নম্বৰ ধাৰাৰ অধীনত জাৰি কৰা এই নিষেধাজ্ঞা ভংগ কৰিলে আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব ওদালগুৰি জিলা প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...