প্ৰসংগ : ক’কেইন কাণ্ড; কিয় বিশালক গুলীয়াবলগীয়া হ’ল আৰক্ষীয়ে?

আকৌ এটা চাঞ্চল্যকৰ এনকাউণ্টাৰৰ ঘটনা। ঘটনাৰ স্থান মহানগৰীৰ নুনমাটি। আৰক্ষীৰ গুলীত এইবাৰ গুলীবিদ্ধ হ’ল ক’কেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰী। কিন্তু, কিয় বিশালক গুলীয়াবলগীয়া হ’ল আৰক্ষীয়ে?

  • এইবাৰ নুনমাটিত আৰক্ষীৰ ‘এনকাউণ্টাৰ’
  • গুলীবিদ্ধ ক’কেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল
  • বিশালৰ বাওঁভৰিলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
  • বিশাল চৌধুৰীলৈ এইবাৰ আৰক্ষীৰ গুলী
  • লতাশিল আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিল নুনমাটিত
  • দুটা বছৰে ক’কেইনৰ বেহা চলাই গৈছিল বিশালে
  • দিল্লীৰ পৰাই অসমৰ বহু লোকক বিশালে যোগান ধৰিছিল ক’কেইন
  • ২৮ আগষ্ট–শনিবাৰ
  • দিল্লীৰ পৰাই গ্ৰেপ্তাৰ হৈছিল বিশাল চৌধুৰী
  • ৯দিনৰ বাবে বিশালক জিম্মাত লৈছিল আৰক্ষীয়ে
  • ক’কেইনৰে জড়িত আৰু বহু লোকৰ নাম
  • আৰক্ষীৰ জিম্মাৰ পৰাই পলাবলৈ চেষ্টা কৰিছিল বিশালে
  • নিশা ১.১০ বজাত বিশালক ভৰ্তি কৰোৱা হয় GMCH
  • অসমত কোনে কোনে চলায় নিষিদ্ধ ক’কেইনৰ বেহা?
  • কোনে কোনে সেৱন কৰে মাৰাত্মক ক’কেইন
  • বিশালে স্বীকাৰ কৰিছে বহু হাইপ্ৰ’ফাইল লোকৰ নাম
  • এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে
  • অতিশীঘ্ৰে গ্ৰেপ্তাৰ হ’ব বহু হাইপ্ৰ’ফাইল লোক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...