প্ৰসংগ : ক’কেইন কাণ্ড; কিয় বিশালক গুলীয়াবলগীয়া হ’ল আৰক্ষীয়ে?

আকৌ এটা চাঞ্চল্যকৰ এনকাউণ্টাৰৰ ঘটনা। ঘটনাৰ স্থান মহানগৰীৰ নুনমাটি। আৰক্ষীৰ গুলীত এইবাৰ গুলীবিদ্ধ হ’ল ক’কেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰী। কিন্তু, কিয় বিশালক গুলীয়াবলগীয়া হ’ল আৰক্ষীয়ে?

  • এইবাৰ নুনমাটিত আৰক্ষীৰ ‘এনকাউণ্টাৰ’
  • গুলীবিদ্ধ ক’কেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল
  • বিশালৰ বাওঁভৰিলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
  • বিশাল চৌধুৰীলৈ এইবাৰ আৰক্ষীৰ গুলী
  • লতাশিল আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিল নুনমাটিত
  • দুটা বছৰে ক’কেইনৰ বেহা চলাই গৈছিল বিশালে
  • দিল্লীৰ পৰাই অসমৰ বহু লোকক বিশালে যোগান ধৰিছিল ক’কেইন
  • ২৮ আগষ্ট–শনিবাৰ
  • দিল্লীৰ পৰাই গ্ৰেপ্তাৰ হৈছিল বিশাল চৌধুৰী
  • ৯দিনৰ বাবে বিশালক জিম্মাত লৈছিল আৰক্ষীয়ে
  • ক’কেইনৰে জড়িত আৰু বহু লোকৰ নাম
  • আৰক্ষীৰ জিম্মাৰ পৰাই পলাবলৈ চেষ্টা কৰিছিল বিশালে
  • নিশা ১.১০ বজাত বিশালক ভৰ্তি কৰোৱা হয় GMCH
  • অসমত কোনে কোনে চলায় নিষিদ্ধ ক’কেইনৰ বেহা?
  • কোনে কোনে সেৱন কৰে মাৰাত্মক ক’কেইন
  • বিশালে স্বীকাৰ কৰিছে বহু হাইপ্ৰ’ফাইল লোকৰ নাম
  • এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে
  • অতিশীঘ্ৰে গ্ৰেপ্তাৰ হ’ব বহু হাইপ্ৰ’ফাইল লোক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...