অৱশেষত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী মুক্তাৰ হুছেইন

0 11

নগাঁৱৰ কাটিমাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত গ্ৰেপ্তাৰ এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম কাটিমাৰীৰ মুক্তাৰ হুছেইন। আৰক্ষীয়ে জব্দ কৰিছে ছটাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

Leave A Reply

Your email address will not be published.