খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰীক, জব্দ ৰয়েল এণ্ডফিল্ড বাইক

তিনিচুকীয়া জিলাৰ কাকপথাৰত হেৰইন’সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী পিণ্টু সিং মৰাণ আৰু অঞ্জন গগৈ। খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰীক। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োৰ নেতৃত্বত চলিছিল অভিযান। ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ বৰডুমছাত। আৰক্ষীয়ে এখন ৰয়েল এণ্ডফিল্ড বাইক জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...