বিমানবন্দৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ

বিমানবন্দৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ। আক্ৰমণৰ পিছতে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। এই ঘটনাত কথমপি ৰক্ষা ৰাছিয়া অভিমুখী ভাৰতৰ প্ৰতিনিধি দল। DMKৰ নেত্ৰী কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ গৈছে প্ৰতিনিধি দলটো। মস্কোৰ বিমানবন্দৰত ইউক্ৰেইনৰ এই আক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...