জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ দুখন তথ্যচিত্ৰলৈ বঁটা

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা
পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ কাহিনীৰে এই তথ্যচিত্ৰ
‘হাড়গিলা’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থসাৰথি মহন্তই
প্ৰযোজকদ্বয় মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱায়ো বঁটা গ্ৰহণ কৰে
প্ৰখ্যাত অভিনেত্ৰী অপৰ্ণা সেনে প্ৰদান কৰে এই বঁটা
একেটা চলচ্চিত্ৰ মহোৎসৱত ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ বাবে দুটাকৈ বঁটা
পাৰ্থসাৰথি মহন্তই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা
অনুপম মহন্তই লাভ কৰে শ্ৰেষ্ঠ ক্ৰিয়েটিভ ডাইৰেক্টৰৰ বঁটা
প্ৰখ্যাত পৰিচালক পংকজ পৰাশৰে প্ৰদান কৰে এই বঁটা
দুয়োখন তথ্যচিত্ৰৰ প্ৰযোজক মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱা
৬-১০ জানুৱাৰীলৈ জয়পুৰত অনুষ্ঠিত হৈছে চলচ্চিত্ৰ মহোৎসৱ
৮০খন দেশৰ ২ হাজাৰ ২০৫খন ছবিৰ অংশগ্ৰহণ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...