শূন্যলৈ গুলীচালনা কৰাৰ পাছত খালী কাৰ্টিজটো ক’লৈ যায় জানেনে!

ভাৰতৰ দৰে এখন দেশত প্ৰায়ে গুলীচালনা প্ৰায়ে দেখিবলৈ পোৱা যায়; লগতে কিছু ৰাজ্যৰ বিয়া অনুষ্ঠানত গুলীচালনা কৰা দেখা যায়। ইয়াৰে কেইবাবাৰো পুলিচে পৰিস্থিতি সাপেক্ষে আৰু কেইবাবাৰো সাধাৰণ জনতাই নিজৰ আনন্দৰ বাবে শূন্যলৈ গুলীচালনা কৰা দেখিবলৈ পোৱা যায়। কেতিয়াবা আপুনি ভাবি চাইছেনে বন্দুকৰ পৰা ওলাই যোৱা গুলীটো কলৈ যায় আৰু গুলীটোৱে কিয় কাৰোৰে অনিষ্ট নকৰে।

যেতিয়া বন্দুকৰ পৰা গুলীটো উলাই যায় আৰু খালি কাৰ্টিজটো তলতে ৰৈ যায় আৰু গুলীটো নিজৰ টাৰগেট পাইগৈ। যদিহে কোনো এজন লোকক গুলী কৰা হয়, তেতিয়া গুলীটো মানুহজনৰ শৰীৰত গৈ সোমায় আৰু শূন্যলৈ গুলীচালনা কৰে তেতিয়া গুলীটো কলৈ যায়?

বন্দুকৰ গুলীটোৱে কেনেকৈ কাম কৰে? বন্দুকৰ পৰা উলাই যোৱা গুলিটো কলৈ যায়? ? যেতিয়া শূন্যলৈ গুলী কৰা যায় তেতিয়া বন্দুকৰ গুলীটো বহুদূৰলৈকে যায় আৰু মধ্যাকৰ্ষণ শক্তিৰ কাৰণে তললৈ ঘূৰি আহে। বতাহত গুলীটোৰ গতিবেগৰ লগত বতাহৰ গতিবেগ আৰু গুলীটোৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰে।

গুলীটোৱে এটা নিদিষ্ট দূৰত্ব যোৱাৰ পাছত গুলীটো পুনৰ মাটিতো আহি পৰেহি আৰু ঘূৰি আহাৰ সময়ত গুলীটোৰ গতিবেগ একেবাৰে কমি যায়। সেইবাবেই গুলীটোৱে কাৰে একো ক্ষতি নকৰে। যদি গুলীচালনাৰ সময়ত গুলীটোৱে যিকোনো বস্তুৰ লগত খুন্দা খাই তোতিয়া গুলীটো ঘূৰি অহাৰ সম্ভাৱনা থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...