সুৰাপায়ীলৈ দৰদ দিছপুৰৰ! ৩ৰ পৰা ৮ শতাংশহে বাঢ়িব সুৰাৰ দাম

সুৰাপায়ীলৈ দৰদ দিছপুৰৰ। ৬৫ শতাংশ নাবাঢ়ে সুৰাৰ দাম। সুৰাৰ দাম বাঢ়িব ৩ৰ পৰা ৮ শতাংশহে। পূৰ্বতে চৰকাৰে ৬৫ শতাংশ দামবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। নিৰ্বাচিত ব্ৰেণ্ডত সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত। বছৰি প্ৰায় ১৫ কোটি টকা ৰাজহ সংগ্ৰহ কৰে আবকাৰী বিভাগে। সুৰাৰ দাম বৃদ্ধিয়ে বৃদ্ধি কৰিব ৰাজহৰ পৰিমাণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...