মুকলি আকাশৰ তললৈ আহিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ

মুকলি আকাশৰ তললৈ আহিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। ৩ দিনৰ পিছত কাৰামুক্ত হ’ল সাংবাদিকজন। এবাৰ জামিন পোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে। দিলৱাৰৰ গ্ৰেপ্তাৰক লৈ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ। অৱশেষত দ্বিতীয়টো গোচৰতো জামিন পালে সাংবাদিক দিলৱাৰ হুছেইনে। কাৰাগাৰৰ বাহিৰলৈ ওলাই আৱেগিক হৈ পৰিল সাংবাদিকজন। সকলো সাংবাদিক, সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিলে সাংবাদিকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...