মুকলি আকাশৰ তললৈ আহিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ

মুকলি আকাশৰ তললৈ আহিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। ৩ দিনৰ পিছত কাৰামুক্ত হ’ল সাংবাদিকজন। এবাৰ জামিন পোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে। দিলৱাৰৰ গ্ৰেপ্তাৰক লৈ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ। অৱশেষত দ্বিতীয়টো গোচৰতো জামিন পালে সাংবাদিক দিলৱাৰ হুছেইনে। কাৰাগাৰৰ বাহিৰলৈ ওলাই আৱেগিক হৈ পৰিল সাংবাদিকজন। সকলো সাংবাদিক, সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিলে সাংবাদিকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...