আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত দর্শনার্থীৰ ভিৰ

আজি পহিলা মাঘ। পহিলা মাঘত ভগৱানৰ আশিস বিচাৰি মঠ-মন্দিৰত ভক্তৰ ভিৰ। ৰাজ্যৰ বিভিন্ন মঠ–মন্দিৰত ৰাইজৰ সেৱা। মাঘ বিহু উপলক্ষে হাবুঙত দর্শনার্থীৰ ভিৰ। হাবুং শব্দটো মূলতঃ বড়ো-কছাৰী মূলীয় ভাষাৰ বুলি জনা যায়। ইয়াৰ অৰ্থ হৈছে মাটিৰে ভৰা ঠাই অৰ্থাৎ নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টি হোৱা ভূমি। হা মানে হৈছে মাটি যেনে হাছাও, হাজং, হালালি ইত্যাদি। আনহাতে, বুং মানে হৈছে ভৰি পৰা। হাবুং শব্দটো প্ৰকৃততে হা বা মাটি আৰু চুবুং বা মানুহৰ পৰা উৎপত্তি হৈছিল। বছৰটো ভালে-কুশলে পাৰ হোৱাৰ কামনাৰে হাবুঙত গোট খাইছে বহু লোক। সকলোৱে ভগৱানৰ ওচৰত আশিস লৈ বিচাৰিছে শুভকামনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...