ক’ভিড নহয়, এইবাৰ ডেংগুৰ দ্ৰুত প্ৰাদুৰ্ভাৱ

দেশত ক’ভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই। এনে সময়তে ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। দিল্লীত চলিত বৰ্ষত ১২৬গৰাকী লোক আক্ৰান্ত হৈছে ডেংগুত। কেৱল জুন মাহতে ১৫গৰাকী লোকৰ দেহত পোৱা গৈছে ডেংগু। ইয়াৰ লগতে চিকুনগুণিয়া আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱো পোহৰলৈ আহিছে দিল্লীত। ৭গৰাকী চিকুনগুণিয়া আৰু ২১গৰাকী মেলেৰিয়া ৰোগী চিনাক্ত কৰিছে দিল্লীৰ স্বাস্থ্য বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...