দিল্লী চাইবাৰ আৰক্ষীৰ জালত অসমৰ যুৱক

দিল্লী চাইবাৰ আৰক্ষীৰ জালত অসমৰ যুৱক। চাইবাৰ প্ৰৱঞ্চনাৰে যুৱকজনে লুটিলে লাখ লাখ টকা। চাইবাৰ অপৰাধৰে জড়িত গুৱাহাটীৰ হিবজুল বাৰিকক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ। হিবজুলৰ বিৰুদ্ধে দিল্লীৰ চাইবাৰ থানাত আছে গোচৰ। অনলাইন শ্বপিঙৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। দ্য পিংক আলমীৰা নামৰ শ্বপিং কোম্পানীৰ ভুৱা মালিক হৈ হিবজুলে লুটিছিল লাখ লাখ টকা। হিবজুলে QR যোগে লৈছিল ধন। ২২/২৫ নং গোচৰত গ্ৰেপ্তাৰ হিবজুল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে দিল্লীলৈ লৈ যায় হিবজুলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...