GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয়ত মৃতদেহ উদ্ধাৰ
GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ মহিলাৰ মৃতদেহ
মৃত মহিলাগৰাকী ২১ বছৰীয়া আয়েচা খাটুন
মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল GMCHত
নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী
দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ আয়েচাৰ মাতৃৰ
কাৰণ দুয়োৰে কাজিয়াৰ সময়ত উপস্থিত আছিল আয়েচাৰ মাক
পূৰ্বৰ স্বামীৰ সৈতে সন্দেহ কৰি আয়েচাৰ লগত প্ৰায়ে কাজিয়া কৰিছিল ২য় স্বামী হাদিয়ে
GMCHত মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
প্ৰত্যক্ষদৰ্শীক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে
কিন্তু GMCHত কেনেদৰে হত্যাকাণ্ড সংঘটিত হ’ল, তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...