দৈনিক বাতৰি

PSO সন্দৰ্ভত শীঘ্ৰে আহিব নতুন নিৰ্দেশনা; DGPৰ ঘোষণা

PSO সন্দৰ্ভত শীঘ্ৰে আহিব নতুন SOP। PSO প্ৰদানক লৈ SOP প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে। PSOক লৈ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। অনাৱশ্যকভাৱে...

অসমত ‘মিনি পৰ্টুগাল’!

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ বন্দাশিল এলেকাত পর্তুগীজ লোকৰ এক বসতিস্থল আছে। ২০০গৰাকী সদস্যৰে গঠিত প্রায় ৪০টা পৰিয়ালৰ এই লোকসকলে স্থানীয় কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হোৱা সত্ত্বেও...

ড্ৰোনেৰে নিৰ্ধাৰণ কৰা হ’ব BTRৰ সীমা, অত্যাধুনিক প্ৰযুক্তিৰে মেপিং হ’ব জৰীপ নকৰা অঞ্চলৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা চমুকৈ BTRত জৰীপ নকৰা বসতিপূৰ্ণ এলেকাসমূহৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ড্ৰোনৰ সহায় লোৱা হ'ব। এই অনুশীলনে কৰ্তৃপক্ষক ইয়াৰ ভূমি ৰেকৰ্ড প্ৰণালীৰ...

অসমৰ ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত এইডছত, ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ ভয়ংকৰ তথ্য

উদ্বেগজনক খবৰ। অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা ৩১ অক্টোবৰপৰ্যন্ত ৰাজ্যত ধৰা পৰিছে ২০,৮৪১জন এইডছ আক্ৰান্ত ৰোগী। ইয়াৰে ১৯,০৩০ জন সাধাৰণ...

বন বিভাগক দিব নালাগে ৰয়েল্টি, কাৰ কাৰ ক্ষেত্ৰত প্ৰযোজ্য এই নীতি?

চৰকাৰী নিৰ্মাণকাৰ্যত বনজ তথা খনিজাত সম্পদ ব্যৱহাৰৰ বাবদ বন বিভাগক পোনপটীয়াকৈ কোনোধৰণৰ ৰয়েল্টি পৰিশোধ কৰিব নালাগে৷ এই ক্ষেত্ৰত আদায় দিবলগীয়া ৰয়েল্টি নিৰ্ধাৰিত শতাংশ হিচাপত...

Popular