দৈনিক বাতৰি

২৪ ঘণ্টাত ২৮ জন ক’ভিড ৰোগীৰ মৃত্যু

দেশত অব্যাহত ক'ভিডৰ নিম্নগতি। বিগত ২৪ ঘণ্টাত দেশত ক'ভিডত আক্ৰান্ত ১,৩৩৫ জন। ২৮ জনকৈ ক'ভিড ৰোগীৰ মৃত্যু বিগত ২৪ ঘণ্টাত। বৰ্তমানলৈকে দেশত ক'ভিডত মৃত্যু...

২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি! ২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে ই-মেইল প্ৰেৰণ কৰিছে অজ্ঞাত ব্যক্তিয়ে। ২০টা শ্লীপাৰ চেল সক্ৰিয় প্ৰধানমন্ত্ৰীক আক্ৰমণৰ বাবে! নেচনেল...

এগৰাকী সাধাৰণ মহিলাই ৰক্ষা কৰিলে বহুজনৰ প্ৰাণ!

আপুনি হয়তো ৰে'লৰ লগত ঘটা বিভিন্ন ঘটনাৰ কথা শুনিছে। পিছে এই ঘটনাৰ বিষয়ে শুনিলে উৎসাহিত হৈ উঠিব আপুনি। আমি ক'ব বিচাৰিছো এগৰাকী সাধাৰণ মহিলাৰ...

কৰুণ! পেপাৰ মিলৰ আৰু এজন কৰ্মচাৰীয়ে হেৰুৱালে প্ৰাণ

ভাৰত চৰকাৰৰ মালিকানাধীন এইচপিচি পেপাৰ মিলত বৃদ্ধি পালে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা। নগাঁও কাগজ কলৰ এইচপিচি কোৱাৰ্টাৰৰ বাসিন্দা আৰু নগাঁও কাগজ কলৰ কৰ্মী মঃ...

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰশোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰচাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষঅসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত...

Popular