দৈনিক বাতৰি

কালিও জব্দ হৈছিল, আজিও একেটা ঘৰতে জব্দ ড্ৰাগছ! ৬০ বছৰীয়া ডিম্বেশ্বৰ দলেৰ ঘৰত ড্ৰাগছৰ সাম্ৰাজ্য

ড্ৰাগছৰ ৰামৰাজ্যলৈ পৰিণত হৈছে নেকি চিলাপথাৰ? চিলাপথাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিতত নতুন মিচিং গাঁৱৰ ডিম্বেশ্বৰ দলেৰ ঘৰত অভিযান চলাই হেৰ'ইন জব্দ কৰাৰ লগতে এখন...

মৰ্মান্তিক! ঈদ উদযাপন কৰিবলৈ গৈ নাপালেগৈ ঘৰ, আদবাটতে দুৰ্ঘটনাত মৃত্যু ৩ শ্ৰমিকৰ

ঈদ উদযাপনৰ বাবে নিজ ঘৰলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি জন লোকে। মৰ্মান্তিক এই পথ দুৰ্ঘটনা সংঘটিত হৈছে মিজোৰামৰ পশ্চিম পাইলেন বাইপাছত৷...

২ পুত্ৰৰ কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ’ল পিতৃৰ, ঈদ উদযাপন কৰা নহ’ল নুৰ মহম্মদ আলীৰ!

ঈদৰ আনন্দৰ মাজতে চাঞ্চল্যকৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ'ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ৷ দুই পুত্ৰৰ মাজত লগা কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ'ল...

অৱশেষত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী মুক্তাৰ হুছেইন

নগাঁৱৰ কাটিমাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত গ্ৰেপ্তাৰ এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম কাটিমাৰীৰ মুক্তাৰ হুছেইন। আৰক্ষীয়ে জব্দ কৰিছে ছটাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

কিতাপ দিয়াৰ অচিলাৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন, নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম!

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম। গোৱালপাৰা জিলাৰ আমবাৰীস্থ শিমলাবাৰী হাইস্কুলত সংঘটিত হৈছে জঘন্য, লজ্জাজনক ঘটনা। বিদ্যালয়খনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ...

Popular