দৈনিক বাতৰি

ভাৰতৰ সিদ্ধান্ত: বাংলাদেশত আতংক

🖊️অচিন্ত্য শৰ্মা পূৰ্বোত্তৰক বাদ দি ভাৰতত এইবাৰ অভিলেখ ৰচিছে গৰমে। মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত উষ্ণতা আৰু গ্ৰীষ্মপ্ৰবাহে লৈছে অভূতপূৰ্ব ৰূপ। গৰমৰ গভীৰ নেতিবাচক প্ৰভাব...

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ!

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰবৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনানৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনকসমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাতশিলচৰ-আইজল পথৰ সোণবাড়ীঘাট...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ। বৃষ :...

ফাৰ্মাচীৰ ভিতৰত বিধৱাক ধৰ্ষণৰ চেষ্টা ফাৰ্মাচিষ্টৰ!

দক্ষিণ কামৰূপৰ জোৰশিমুলীত ভুৱা ফাৰ্মাচিষ্টৰ সন্ত্ৰাস৷ ফাৰ্মাচীৰ ভিতৰত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ফাৰ্মাচিষ্টজনৰ৷ জোৰশিমুলী আৰক্ষী চকীৰ সমীপতে এইদৰে মহিলাক অশালীন ব্যৱহাৰ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে...

Popular