দৈনিক বাতৰি

কোহলি-ৰাহানেৰ যুটিয়ে দেখাব পাৰিবনে চমক?

আকৰ্ষণীয় পৰ্যায়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলজয়ৰ বাবে দ্বিতীয় ইনিংছত ৪৪৪ ৰানৰ লক্ষ্য অনুসৰণ ভাৰতৰঅন্তিম দিনা ভাৰতক প্ৰয়োজন ২৮০ ৰানৰঅষ্ট্ৰেলিয়াক জয়ৰ বাবে লাগে ৭ টা...

এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ

অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ'শ্ৰীৰঘুপতি'য়ে গঢ়িলে অভিলেখএদিনত ৬৫+ লাখ টকা সংগ্ৰহ 'শ্ৰীৰঘুপতি'ৰছবিখনৰ শনিবাৰৰ সংগ্ৰহ ৬৫+ লাখ টকা

পোনপ্ৰথমবাৰৰ বাবে NKTVয়ে পোহৰলৈ আনিছিল সেই খবৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ।গোৱালপাৰাত ৰক্ষা পৰিল হাজাৰ হাজাৰ শাল গছ।ৰক্ষা পৰিল দহিকটা সংৰক্ষিত বনাঞ্চলৰ হস্তীদণ্ডী।মৰনৈৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ভূমিত বন্ধ হ’ল বন ধ্বংস।বন বিভাগে ঔদ্যোগিক...

গোৱালপাৰা–যোগীঘোপাৰ পৰা ৪ জেহাদীক পুনৰ গ্ৰেপ্তাৰ

গোৱালপাৰা–যোগীঘোপাৰ পৰা ৪ জেহাদীক পুনৰ গ্ৰেপ্তাৰ।NIAয়ে গ্ৰেপ্তাৰ কৰে জেহাদী ৪টাক।ধৃত জেহাদীকেইটা হাফিজুৰ ৰহমান, আব্দুছ ছোবাহান, আব্দুছ ছুবান, জালাজ উদ্দিন।যোগীঘোপাত গ্ৰেপ্তাৰ হাফিজুৰ ৰহমান নামৰ জেহাদীকটোক।মাদ্ৰাছাৰ...

জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা

জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা।মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাইলৈ দিল্লীলৈ যাব DGP জিপি সিং।CBI সঞ্চালকৰ সৈতে জোনমণিৰ ঘটনা সন্দৰ্ভত কৰিব আলোচনা।গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ...

Popular