দৈনিক বাতৰি

কালিকা লাগিছে নেকি ৰাজ্যৰ ৰাজপথত?

এটা দুৰ্ঘটনাই সলনি কৰি দিব পাৰে কাৰোবাৰ জীৱন। এটা দুৰ্ঘটনাই কাঢ়ি নিব পাৰে জীৱনৰ সৰ্বস্ব। ৰাজ্যত পুনৰ সংঘটিত হৈছে তেনে কেইটামান দুৰ্ঘটনা। মৃত্যু হৈছে...

দিল্লী আৰক্ষীৰ জিম্মাত স্বাতীৰ ‘নিৰ্যাতনকাৰী’ কেজৰিৱালৰ ব্যক্তিগত সচিব

স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা উলিয়াই দিয়াৰ দৃশ্য ফাদিলবিজেপিৰ ৰাজনৈতিক ‘ষড়যন্ত্ৰ’ৰ বিৰুদ্ধে সৰৱ আপআপৰ অভিযোগ নসাৎ কৰিলে জেপি নাড্ডাই ৰাজ্যসভাৰ সাংসদ দিল্লী মহিলা আয়োগৰ প্ৰাক্তন...

মালা পিন্ধোৱাৰ চলেৰে কানহায়াক চৰ মাৰে এজন যুৱকে

প্ৰচাৰৰ মাজতে আক্ৰান্ত কানহায়া কুমাৰBJP প্ৰাৰ্থী মনোজ তিৱাৰীৰ ঘনিষ্ঠই চৰিয়ালে কানহায়াক! উত্তৰ দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে মালা পিন্ধোৱাৰ চলেৰে কানহায়াক...

নিশা হত্যা, পুৱা থানাত আত্মসমৰ্পণ তফিকুল আলীৰ

ৰঙিয়াত আন এক শিহৰণকাৰী হত্যাকাণ্ড। শুকুৰবাৰে নিশা প্ৰেয়সী চানিয়াৰা বেগমক হত্যা কৰি পুৱা থানাত আত্মসমৰ্পন তফিকুল আলী নামৰ এজন যুৱকৰ। এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক...

সুৰাৰ বাবেই ধ্বংস হৈ গ’ল এটা দৰিদ্ৰ পৰিয়াল

যোৰহাটৰ মুৰমুৰিয়া চাহ বাগিছাত শিহৰণকাৰী ঘটনা। প্ৰহ্লাদ চোৰেণ নামৰ এজন লোকক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ কিশোৰ পুত্ৰৰ বিৰুদ্ধে। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা...

Popular