দৈনিক বাতৰি

ভাৰতৰ অনুৰোধত পুনৰ ৩বিধ সামগ্ৰী ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে চীনে

চীনৰ বিদেশ মন্ত্ৰী ৱাং ইয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সাক্ষাৎ কৰি ৩বিধ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ আশ্বাস দিছে। সোমবাৰে দুদিনীয়া...

নিৰ্দিষ্ট ওজনতকৈ অধিক সামগ্ৰী লৈ ৰে’লত উঠিলে ভৰিব লাগিব জৰিমনা

ৰে’লযাত্রীসকলৰ বাবে এতিয়াৰে পৰা বেগৰ ওজনৰ ক্ষেত্ৰত জৰিমনা দিবলগীয়া হ’ব পাৰে। এই নিয়ম পূৰ্বতে বিমানবন্দৰত বেগৰ নিৰ্দিষ্ট ওজন আৰু আকাৰৰ বাবে কঠোৰভাৱে পালন কৰা...

ম্যানমাৰলৈ গণতন্ত্ৰ ঘূৰি আহিছে, সামৰিক জুন্টাই ঘোষণা কৰিলে সাধাৰণ নিৰ্বাচনৰ তাৰিখ

তিনি সপ্তাহ পূৰ্বে জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰি সাধাৰণ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া ম্যানমাৰৰ সামৰিক জুন্টাৰ প্ৰধান জেনেৰেল মিন আং হ্লাইঙ-এ সোমবাৰে ঘোষণা কৰিছে যে, আগন্তুক...

ভাৰত ভ্ৰমণৰ অন্তত পাকিস্তানলৈ যাব চীনৰ বৈদেশিক মন্ত্ৰী; আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক গঢ়ি উঠাক লৈ চিন্তিত নেকি চীন?

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে নতুন দিল্লীত উপস্থিত হৈছে চীনৰ বিদেশ মন্ত্ৰী ৱাং ই। ভাৰত ভ্ৰমণৰ পিছত তেওঁ পাকিস্তানলৈও যোৱাৰ কথা আছে। পাকিস্তানৰ সংবাদপত্ৰ ‘দ্য এক্সপ্ৰেছ...

“বন্ধুত্ব বজাই ৰাখিবলৈ বিচাৰিলে বন্ধুৰ দৰে আচৰণ কৰিব লাগিব”; ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত ভাৰতলৈ পুনৰ বাৰ্তা প্ৰেৰণ হোৱাইট হাউছৰ

ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আমেৰিকাই পুনৰ মন্তব্য কৰিছে। হোৱাইট হাউছৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰোৰ দাবী, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবই...

Popular