দৈনিক বাতৰি

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়, প্ৰকৃতিয়ে তেতিয়াহে মানুহক ভাল পাব, যেতিয়া এজন মানুহে প্ৰকৃতিক ভাল পাবলৈ শিকিব। আজি এজন প্ৰকৃতিপ্ৰেমীৰ...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ হৈ গ’ল। অসমবাসীৰ দৃষ্টি যিজন মানুহৰ প্ৰত্যাৱৰ্তনৰ বাবে উৎসুক, সেই মানুহজন পিছে উভতি নাহিল। বিখ্যাত...

স্মাৰ্ট চিটী গুৱাহাটীত কিমান সুৰক্ষিত জনতা?

উত্তৰ-পূবৰ দুৱাৰদলি গুৱাহাটী যেন পৰ্যৱসিত হৈছে অপৰাধীৰ ঘাটিলৈ। দৈনিক ইটোৰ পিছত সিটোকৈ ঘটনাই কঁপাই গৈছে মহানগৰী। হত্যা, ধৰ্ষণ, প্ৰৱঞ্চনা আদিৰ ঘটনাই দখল কৰিছে সংবাদ...

বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাৰণৰ বাবে সাজু পেৰিছ

শুকুৰবাৰে হ’ব পেৰিছ অলিম্পিকৰ ব্যতিক্ৰমী বৰ্ণিল উদ্বোধনী অনুষ্ঠানএইবাৰ ষ্টেডিয়ামৰ ভিতৰত নহয়, খেলুৱৈৰ পেৰেড হ’ব নৌকাতপেৰিছ সাৱটি থকা চিয়েন নৈত ১০,৫০০ খেলুৱৈক লৈ হ’ব নৌকা...

ৰাজ্যৰ ব্যক্তিগত চিকিৎ‍সালয়ত অচল আয়ুষ্মান

দৰিদ্ৰ ৰোগীৰ হাহাকাৰচিকিৎ‍সালয়ে-চিকিৎ‍সালয়ে উত্তেজনাচৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ দামবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ মূৰত আন এক ৰামটাঙোন। এফালে ৰাজ্যৰ চৰকাৰী চিকিৎ‍সাখণ্ডৰ তথৈবচ অৱস্থা আনফালে ব্যক্তিগতখণ্ডৰ...

Popular