দৈনিক বাতৰি

চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰু কিমান দিনলৈ বিনামূলীয়া সামগ্ৰী লাভ কৰিব জনসাধাৰণে? প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৃষ্ট কৰিবলৈ অধিকাংশ ৰাজনৈতিক দলেই বিভিন্ন আঁচনিৰ নামত আৰম্ভ কৰে বিনামূলীয়া সামগ্ৰী...

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ জোৱান

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অসম আৰক্ষীৰ ১৬ জনীয়া এটা দল। বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলক আবদ্ধ কৰিলে নগা দুৰ্বৃত্তই। চোকা...

কালামাটিৰ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আছিল? তেওঁলোক জীয়াই আছেনে?

কালামাটিৰ মৃত্যু গহ্বৰত জীৱন-মৰণৰ যুঁজবুধবাৰে পুৱাই কয়লা খনিৰ পৰা ওলাল এটা মৃতদেহউমৰাংছ’ৰ কালামাটিৰ অবৈধ ৰেট হোল মাইনিঙত মঙলবাৰৰে পৰা তীব্ৰতৰ হৈছে আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ...

অসমলৈ কিয় আহিছে জে পি নাড্ডাই?

অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰীয় সভাপতিজন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যিক সভাপতি...

উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ শ্ৰমিকৰ মৃতদেহ

উমৰাংছ’ৰ কয়লাখনিত উদ্ধাৰ আবদ্ধ এজন শ্ৰমিকৰ মৃতদেহ। আবদ্ধ হৈ আছে আন বহু শ্ৰমিক। সোমবাৰে নিশাৰে পৰা অব্যাহত উদ্ধাৰ অভিযান। উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ বহু শ্ৰমিক। ৩০০...

Popular