দৈনিক বাতৰি

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ। বিস্ফোৰণত কঁপি উঠিল কাটিগড়াৰ তাৰিণীপুৰ অঞ্চল। কোনো লোক হতাহত হোৱা নাই, ক্ষতিগ্রস্ত এডাল গছ। জিলেটিন জাতীয় বিস্ফোৰক গছত বান্ধি ৰাখিছিল...

ঘৃণাত নাক কোচ খাব আপোনাৰ, চিকেনৰ পৰিৱৰ্তে কুকুৰৰ মাংস ব্যৱহাৰ কৰা মম’ খুৱালে গ্ৰাহকক!

আপুনি বাৰু মম' খাই ভাল পাই নেকি? যদি আপুনিও মম' খাই ভাল পায়, তেন্তে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ। এতিয়াৰে পৰা মম' খোৱাৰ পূৰ্বে...

প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী। এইবাৰ প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে। কামাখ্যা গে'টৰ পৰা ১৭ বছৰীয়া ভাগিনক অপহৰণ কৰিলে বৈশ্য উপাধিৰ এগৰাকী মহিলাই।...

ইলন মাস্কৰ ষ্টাৰলিংকে ভাৰতীয় কোম্পানীতকৈ ৮০-৯০ গুণ দ্ৰুত গতিত প্ৰদান কৰিব ইন্টাৰনেট সেৱা

ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ নেটৱৰ্কে ভাৰতৰ সৰ্বত্ৰ টেৰাবিট-স্কেলৰ সংযোগ প্ৰদান কৰিবলৈ সাজু হৈছে, যদিহে নিয়ন্ত্ৰণকাৰী সংস্থাৰ অনুমোদন লাভ কৰে। দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক...

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি ঘোষণা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ; কোনে কোনে আবেদন কৰিব পাৰিব?

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে একচনীয়ভাৱে প্ৰস্তুত কৰা নিউজিলেণ্ড এক্সেলেন্স এৱাৰ্ডছ (NZEA) নামৰ বৃত্তি আঁচনিৰ ২০২৫ চনৰ জুলাই অধিৱেশনৰ আৰম্ভণি ঘোষণা কৰিছে। কোনে আবেদন কৰিব...

Popular