দৈনিক বাতৰি

পুৱাই ভূমিকম্পৰ জোকাৰণি, হাহাকাৰ চৌদিশে

পুৱাৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পই কঁপাই গ'ল আফগানিস্তান। ৰিখটাৰ স্কেলত এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৮। এইপৰ্যন্ত এই ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতিৰ খবৰ অহা নাই।

অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ স’তে বৃহস্পতিবাৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰি মোদীয়ে খেলুৱৈসকলক বিভিন্নধৰণে উৎসাহিত...

বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী

বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী...

স্বাধীনতা দিৱসৰ শুভক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা

সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। অসমতো খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা। অসমবাসীৰ...

৭৮ সংখ্যক স্বাধীনতা দিৱস আনন্দৰে উদযাপনৰ পৰিৱৰ্তে বিৰহ হ’ব নেকি?

শিৱসাগৰৰ DTO অফিচৰ এখন পুৰণি গাড়ীত বোমাগুৱাহাটীৰ গান্ধী মণ্ডপৰ ট্ৰেন্সফৰ্মাৰ বোৰ্ডৰ বাকচতনলবাৰী পুৰণা মেডিকেললৈ যোৱা যোৱা পথটোৰ কাষত থকা এখন পৰিত্যক্ত এম্বুলেন্সত বোমা ৭৮ সংখ্যক...

Popular