দৈনিক বাতৰি

প্ৰেমৰ চহৰ ঢাকিছে বৰফে

এই শীতৰ প্ৰথম তুষাৰপাত। ঢাকিছে ঘাঁহ–বন, ঢাকিছে পথ, শুভ্ৰ চাদৰৰ তলত এখন চহৰ। এই চহৰ প্ৰেমৰ চহৰ। এয়া আজিৰ পেৰিছ। গোটেই চহৰখন শীতৰ প্ৰথম তুষাৰপাতে...

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত ভৰি দিয়েই নিৰ্বাচন জয় প্ৰিয়ংকাৰ। কেৰালাৰ ৱাইনাড় সমষ্টিত বিপুল ভোটত জয় লাভ কংগ্ৰেছ নেত্ৰীগৰাকীৰ। ৱাইনাড়বাসীৰ...

ৰকিবুলৰ দুৰ্গত উৰিল গেৰুৱা বাহিনীৰ বিজয় ধ্বজা

অন্ত পৰিল সকলো জল্পনা–কল্পনা, সমীকৰণৰ। গেৰুৱাৰ ধুমুহাত তচনচ হৈ গ’ল কংগ্ৰেছৰ দুৰ্গ চামগুৰি। ২৩ বছৰে কংগ্ৰেছ অভেদ্য দুৰ্গ হিচাপে পৰিচিত চামগুৰিত উপ–নিৰ্বাচনত বিজয়ী সাব্যস্ত...

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়ে

ৰাজ্যৰ উপ-নিৰ্বাচনত মুখ ঠেকেছা খাইছে বিৰোধীয়েআন সমষ্টিৰ লগতে ধলাই আৰু ছিদলীত বিৰোধীৰ আশাত চেঁচা পানীধলাইত ১১হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ বৰাকত এতিয়া...

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্ণাবিজক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বিজেপি কৰ্মীয়ে। মহাৰাষ্ট্ৰৰ ৰাজপথত ফাৰ্ণাবিজক মুখ্যমন্ত্ৰীৰূপে আঁৰিলে হৰ্ডিং। একনাথ সিন্দেৰ পৰিৱৰ্তে...

Popular