দৈনিক বাতৰি

হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ এজনৰ

এখন চিকিৎসালয়ত হঠাৎ হাহাকাৰ লাগিল। হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ কৰিলে এজন লোকে। কিন্তু কিয় লোকজনে কৰিলে এনে কাণ্ড? চাওক সবিশেষ https://youtube.com/shorts/LH-cKQHm9jM?feature=share

বাজপেয়ী আছিল শান্তিৰ দূত: মুখ্যমন্ত্ৰী

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিলে সুশাসন দিৱসত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে প্ৰগতিৰ নতুন বাট মুকলি কৰিছিল:...

ফেচবুক, হোৱাটছআপৰ ধামখুমীয়াত অতীত হ’ল হেঁপাহৰ চিঠিখন

কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ? যান্ত্ৰিকতাৰ পৰা আঁতৰি আলফুলীয়া শব্দৰে ভৰা বুকুৰ ভিতৰৰ কুহুমীয়া বিষ অনুভৱ কৰিছেনে? ফেচবুক, হোৱাটছএপৰ ধামখুমীয়াত...

ত্ৰিশূল ছুপাৰৰ চালক-হেণ্ডিমেনে ছুৰিকাঘাত কৰিলে এজনক

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ ঘটনা। এজনক ছুৰিকাঘাত ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গুৰুতৰভাৱে আহত চুলেমান হুছেইন নামৰ যুৱকজন। গাড়ী ভাৰাক লৈ যাত্ৰী মুকেশ শ্বাহৰ সৈতে হৈছিল কথাৰ কটাকটি...

পথ নিৰাপত্তা সন্দৰ্ভত জিলা আযুক্ত, আৰক্ষী অধীক্ষক, পৰিবহন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ লগত মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং

দিছপুৰ, ২৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সভাকক্ষত জিলা আযুক্ত, আৰক্ষী অধীক্ষক, পৰিবহন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ লগত ভিডিঅ'...

Popular