দৈনিক বাতৰি

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াইৰাছিয়াৰ আক্ৰমণত ধ্বংস সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriyaকিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখনইউক্ৰেইনৰ ফালৰ পৰা সদৰী এই কথাইউক্ৰেইনে...

আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ৩৮ খন আসনৰ বাবে অৱতীৰ্ণ হৈছে ১৭৩ গৰাকী প্ৰাৰ্থীপুৱা ৬ বজাৰ পৰা ভোটগ্ৰহণ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ আজি দেহৰ অসুস্থতা আৰু মানসিক অশান্তি কাৰক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থী, শিল্পীৰ উৎসাহ বৃদ্ধি আৰু উন্নতিৰ...

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বিষয়ে ১০টা আকৰ্ষণীয় তথ্য

১. জেলেনস্কি এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা যি ইউক্ৰেইনৰ বিভিন্ন টিভি ছিৰিজ আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ২. ৰাষ্ট্ৰপতি হোৱাৰ আগতে, তেওঁ চাৰ্ভেন্ট...

দোকানত প্ৰতাৰিত হৈছে নেকি আপুনি? ফোনযোগে অভিযোগ দিয়ক এই নম্বৰত…

বিভিন্ন সময়ত ক্ৰেতাক ৰামঠগন দিয়ে বিক্ৰেতাই। সঠিক সামগ্ৰীৰ পৰিৱৰ্তে যোগান ধৰে ম্যাদ উকলা সামগ্ৰী। পৰিমাণতকৈ কম সামগ্ৰী যোগান ধৰে গ্ৰাহকক। বহু সময়ত অৰ্ডাৰ দিয়া...

Popular