দৈনিক বাতৰি

অসমলৈ কঢ়িয়ালে সুনাম, কৃষক উদ্ভাৱনী বঁটাৰ বিভূষিত হ’ল জয়দত কোঁৱৰ

কৃষিকৰ্মৰে উজলিল জয়দত কোঁৱৰ। নতুন দিল্লীত ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই প্ৰদান কৰে কৃষক উদ্ভাৱনী বঁটা। কৃষকজনৰ এই সফলতাই এতিয়া গৌৰৱান্বিত কৰিছে অসমবাসীক। ভাৰতীয় কৃষি...

মণিপুৰৰ পৰা সৰবৰাহৰ চেষ্টাৰ সময়তে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

টোলগেটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। সোণাপুৰৰ নাজিৰাখাটত সোণাপুৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। অভিযানত জব্দ হয় ১২ কেজি নিষিদ্ধ মেটাম ফেটামিন, ১.৫ কেজি...

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যুমঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল বিকিয়েবিকিক গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল গুৱাহাটীলৈনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ...

বাঁহ কঢ়িওৱা ট্ৰাকত নিছিল ৪০ লাখ টকাৰ চেগুন কাঠ, জালত দুজন

বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ। পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ হৈ বহিঃৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ। শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী...

দ্ৰুতবেগী বাইক আৰোহী ছাত্ৰই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক

দ্ৰুতবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথচাৰীক। কামৰূপ জিলাৰ নগৰবেৰাৰ নতুন বদলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাইকৰ খুন্দাত আহত এগৰাকী পথচাৰী মহিলা,...

Popular