দৈনিক বাতৰি

দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ

দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ। দুদিন অৰুণাচল আৰক্ষীৰ জিম্মাত থাকিব লাগিব নীলিম মহন্ত। দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ। অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ...

নদী বান্ধ বিৰোধী শ্লোগান লিখাৰ বাবে চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ

চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ। অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে শিল্পী জনক। অৰুণাচল চৰকাৰে নদী বান্ধৰ সমৰ্থনত অংকন কৰাইছিল এখন ছবি। নদী...

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত কেইটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই?

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৭টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। বিজেপিয়ে ৭টা ৱাৰ্ড এৰি দিছে অগপক। ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। ইয়াৰে পশ্চিম গুৱাহাটীৰ...

২০২১ বৰ্ষৰ শব্দ শিল্প বঁটা, শব্দ শিল্প সাধনা বঁটা প্ৰদান

আজি গুৱাহাটী প্ৰেছ ক্লাৱত শব্দ শিল্পৰ দ্বাৰা আয়োজিত ২০২১ বৰ্ষত অনুষ্ঠিত উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণ তথা গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট...

অ’ মোৰ আপোনাৰ দেশ…সাহিত্য দিৱসত ৰসৰাজক স্মৰণ

আজি সাাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস। তদুপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত, ৰহাৰ আমতলা ৰূপ-কলা-কেশৰী শাখা সাহিত্য সভা আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ...

Popular