দৈনিক বাতৰি

ঘোঁৰা গাড়ীৰে ক’লৈ নিছিল বৃহৎ পৰিমাণৰ চোৰাং কাঠ?

বকোৰ দক্ষিণ ৰঙাপানীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। ৰাইজে জব্দ কৰে ৫খনকৈ ঘোঁৰা গাড়ীসহ ২২ টাকৈ মূল্যবান চোৰাং কাঠৰ কুণ্ডা। বকোৰ মালিবাৰীৰ পৰা বৰপেটাৰ...

২ কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যাৰ আজি ৰায় দিব আদালতে, কি হ’ব শাস্তি?

কোকৰাঝাৰ জিলা বিশেষ আদালতে আজি প্ৰদান কৰিব অভয়াখুঁটি কাণ্ডৰ চূড়ান্ত ৰায়। প্ৰায় ৯ মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল।...

প্ৰথমবাৰলৈ হ্ৰাস পালে সুৰা পান কৰি ধৰা পৰাৰ জৰিমনা! ক’ত জানেনে?

সুৰা পান কৰি ধৰা পৰা সকলৰ বাবে প্ৰথমবাৰলৈ জৰিমনা হ্ৰাস কৰিলে বিহাৰ চৰকাৰে। এতিয়াৰে পৰা ২০০০পৰা ৫০০০ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিব লাগিব সুৰাপান...

এইবাৰ গ্ৰেমী এৱাৰ্ডত দেখা গ’ল কাহিনীও নেদেখা এক ব্যতিক্ৰমী অনুষ্ঠান

আমেৰিকাৰ নেভাডাত অনুষ্ঠিত হ'ল "৬৪সংখ্যক গ্ৰেমী বঁটা" প্ৰদান অনুষ্ঠান। প্ৰতিবছৰৰ দৰেই সংগীত শিল্পী,গীতিকাৰ তথা মিউজিক এলবামসমূহক যথোপযুক্ত সন্মান আগবঢ়াই আয়োজন কৰা হল "গ্ৰেমী বঁটা"...

বিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দাম!

বিহুৰ বতৰত গুৱাহাটীবাসীৰ বাবে এটা বেয়া খবৰবিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দামফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি হ’ব ৬০০ টকাকৈসংবাদমেলত ঘোষণা আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ'চিয়েশ্যনৰনিৰ্মাণ...

Popular