ৰতন টাটাক মোদীয়ে দিলে ডাঙৰ দ্বায়িত্ব!

ভাৰতৰ প্ৰবীণ উদ্যোগপতি তথা TATA SONSৰ অধ্যক্ষ ৰতন টাটাক এক বৃহৎ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেওঁক PM CARES FUNDৰ নতুন ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে। ৰতন টাটাৰ লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ কাৰীয়া মুণ্ডাক পি এম কেয়াৰছ ফাণ্ডৰ ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...