দৈনিক বাতৰি

এইবাৰ আৰক্ষীৰ জালত ‘থানাৰ দালাল’; ১৩টাকৈ থানাৰ দালালক আটক আৰক্ষীৰ

পুনৰ দালাল বিৰোধী অভিযান অসম আৰক্ষীৰ। ছয়গাঁও আৰু বকো আৰক্ষীৰ দালাল বিৰোধী বৃহৎ অভিযান৷ দুপৰ নিশাৰ পৰা শেষ নিশালৈ চলিল এই অভিযান ৷ গৰৈমাৰী,...

টেষ্ট ক্ৰিকেটৰ পৰা অধিনায়কত্ব এৰিলে কোহলীয়ে, কে এল ৰাহুল হ’ব নেকি ভাৰতৰ নতুন অধিনায়ক?

বিৰাট কোহলীৰ অনুৰাগীসকলৰ বাবে এক দুখবৰ। ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ এৰিলে কোহলীয়ে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলাত ২-১ ব্যৱধানত টীম ইণ্ডিয়াই...

ৰাজহুৱা স্থানৰ লগতে হোটেল-লজতো ভেকচিন নোলোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ

ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। আজিৰে পৰা বলৱৎ হৈছে এই বাধা-নিষেধসমূহ। ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে...

অসমত নতুনকৈ ২,৩৪৮জন লোক ক’ভিড আক্ৰান্ত

ৰাজ্যত নতুনকৈ ২,৩৪৮জন লোক ক’ভিডত আক্ৰান্ত হৈছে। শুকুৰবাৰে কামৰূপ(মঃ) জিলাত সৰ্বাধিক ৮৭০ জন নতুনকৈ আক্ৰান্ত হৈছে। শুকুৰবাৰৰ দিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৩০,১০৯টা। বিগত...

১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট

৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন। ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব এইবাৰৰ বাজেট অধিৱেশন। ৩১ জানুৱাৰীত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে...

Popular