চিৰাঙৰ কাশীকট্ৰাত ডকাইতৰ তাণ্ডৱ

নিশাৰ বড়োভূমিত ডকাইতৰ তাণ্ডৱ। চিৰাঙৰ কাশীকট্ৰাত শনিবাৰে নিশা প্ৰায় ৮ বজাত তিনিজনীয়া এক অস্ত্ৰধাৰী ডকাইতৰ দলে স্থানীয় বিৰন বসুমতাৰীৰ ঘৰত লুটপাত চলায়। মটৰ চাইকেলেৰে অহা ডকাইতৰ দলটোৱে নগদ ৮০ হাজাৰ টকাৰ উপৰি ২ লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ লুট কৰি নিয়ে বুলিও জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...