১৬ জুনৰ পৰা শিথিল হ’ব সান্ধ্য আইন

কৰ’না হ্ৰাস পোৱা জিলাত শিথিল হ’ব সান্ধ্য আইন। ১৬ জুনৰ পৰা শিথিল হ’ব সান্ধ্য আইন। মঙলবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ পাব সংশোধিত SOP। গুৱাহাটীকে ধৰি ক’ভিড হ্ৰাস পোৱা জিলাত শিথিল হ’ব সান্ধ্য আইন। এই জিলাসমূহত ২ বজালৈ খুলিব পাৰিব দোকান-বজাৰ। হোটেল-ৰেষ্টুৰেণ্টৰ টেক এৱে সেৱা ২ বজালৈ। এই জিলাসমূহত ৪ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন। ক’ভিড হ্ৰাস নোহোৱা জিলাত বৰ্তমানৰ ব্যৱস্থা বাহাল থাকিব। ক’ভিড হ্ৰাস নোহোৱা জিলাত ১২ বজালৈকেহে খুলিব পাৰিব দোকান। ১০ৰ পৰা ১২খন জিলাত নিষেধাজ্ঞা সলনি নোহোৱাৰ শংকা। ১ বজাত এই জিলাসমূহত বলৱৎ হ’ব সান্ধ্য আইন। আন্তঃজিলা যাতায়াত সন্দৰ্ভতো ল’ব সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ ভয়ংকৰ বানত এতিয়াও সন্ধানহীন ২৭৫ গৰাকী ভাৰতীয়

নেপালত ভয়ংকৰ বান আৰু ভূমিস্খলনে সৃষ্টি কৰা ব্যাপক ধ্বংসযজ্ঞৰ...

ভাৰত-পাকিস্তানৰ মেচত ‘আমি এখোজ আগত’—Asia Cupৰ পূৰ্বে দীপ্তি শৰ্মাৰ স্পষ্ট বাৰ্তা

ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু পাকিস্তানৰ মাজৰ বহু চৰ্চিত...

‘চাইবাৰ অপৰাধীৰ বিৰুদ্ধে CBIৰ দেশজোৰা অভিযান: ২০ ৰাজ্যৰ ৮৯ স্থানত তালাচী, ৩ অভিযুক্তক গ্ৰেপ্তাৰ

দেশজুৰি বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ...