এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব কভিশ্বিল্ড, কভাক্সিন বুষ্টাৰ ড’জ!

এতিয়াৰে পৰা দেশত ক’ভিড-১৯ৰ বুষ্টাৰ ড’জ ব্যক্তিগতখণ্ডৰ ভেকচিন কেন্দ্ৰ বিলাকত দিয়া হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ লগে লগে ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া আৰু ভাৰত বায়’টেকে নিজা নিজা ভেকচিনৰ দাম ২২৫ টকালৈ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰথম অবস্থাত ভাৰত বায়’টেকে কভাক্সিনৰ মূল্য ১২০০ টকা ধাৰ্য কৰিছিল আৰু এছ আই আয়ে ক’ভিশ্বিল্ড ভেকচিনৰ মূল্য ৬০০ টকা ধাৰ্য কৰিছিল। চৰকাৰৰ সৈতে হোৱা সিদ্ধান্তৰ পিছত দুয়োটা ভেকচিনৰ মূল্য ২২৫ টকালৈ হ্ৰাস কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...